September 29, 2025 10:28 AM

views 27

স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিম কাৰ্বি আংলঙ জিলাৰ হামৰেণত নতুন জিলা চিকিৎসালয় উদ্বোধন

পশ্চিম কাৰ্বি আংলঙ জিলাত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে এই জিনা চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই চিকিৎসালয়ত জীকালীন বিভাগ, শৈল্য চিকিৎসা, প্রসূতি আৰু স্ত্রীরোগ, শিশু ৰোগ, মনোযোগ আদি বিভাগ থকাৰ উপৰি অস্ত্ৰোপচাৰ কক্ষ, আই চি ইউ, ব্লাড বেংক আদিকে ধৰি প্ৰায় সকলোবোৰ সুবিধা আছে। মুখ্যমন্ত্...