June 7, 2025 9:54 AM June 7, 2025 9:54 AM
12
১০ অক্টোবৰত ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি সমাবেশ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
ৰাজ্যত অহা ১০ অক্টোবৰত পুনৰ বৃহৎ নিযুক্তি সমাবেশ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে জনায়, যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি মেলাত ৰাজ্য চৰকাৰে স্নাতকোত্তৰ শিক্ষক, স্বাস্থ্য বিভাগ, অসম আৰক্ষী, এ ডি আৰ ই পৰীক্ষাত উত্তীৰ্ণ সকলো প্ৰাৰ্থীকে একেলগে নিযুক্তিপত্র প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে অহা ১০ জুনত এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ এই প্ৰাৰ্থীসকলে কম্পিউটাৰ, ষ্টে...