June 20, 2025 12:03 PM

views 15

ৰাজ্য চৰকাৰৰ অসম অসামৰিক সেৱাৰ কেইবাগৰাকীও বিষয়াৰ সাল-সলনি

ৰাজ্য চৰকাৰে অসম অসামৰিক সেৱাৰ কেইবাগৰাকীও বিষয়াৰ সাল-সলনি কৰিছে। কৰ্মচাৰী বিভাগে কালি জাৰি কৰা অধিসূচনা অনুসৰি চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ যুটীয়া সচিব হেমন্ত ভূঞাক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে। অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালক মনালী জৈনক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিব পদলৈ বদলি কৰা হৈছে। একেদৰে সাধাৰণ প্ৰশাসন বিভাগৰ উপ-সচিব তথা জিলা বিৱৰণীকাৰ মুখ্য সম্পাদক অন্তৰীপা দৈমাৰীক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উ...