December 27, 2024 6:37 PM
ছাব্ জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলৰ সোণৰ পদক অৰ্জন
কেৰালাত অনুষ্ঠিত ২৭ সংখ্যক ছাব্ জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ' চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত কোৱাড ইভেণ্টৰ ফাইনেলত অসমে মণিপুৰক ২-১ ছেটত পৰাস্ত কৰ...