June 11, 2025 12:03 PM
মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ১,০১১টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানৰ সপক্ষে নিষ্পত্তিৰে হোৱা ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন
ৰাজ্যিক মন্ত্রীসভাই মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত এহেজাৰ ১১ টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানৰ সপক্ষে নিষ্পত্তিৰে হোৱা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি ১৪৬টা চৰকাৰী শিক্ষা প্র...