February 17, 2025 12:45 PM

views 21

পাকিস্তানৰ আলী শ্বেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ অধীনত তদন্তৰ বাবে মন্ত্রীসভাৰ অনুমোদন

ভাৰত বিৰোধী কার্যকলাপত জড়িত পাকিস্তানৰ আলী শ্বেখ নামৰ ব্যক্তিজনৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে যোগাযোগ ৰক্ষা কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত কালি মন্ত্রীসভাত আলোচনাৰ পাছত ৰাজ্যৰ লগতে দেশৰ আইন শৃংখলা পৰিস্থিতিলৈ লক্ষ্য ৰাখি আলী শ্বেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত তদন্তৰ বাবে মন্ত্রীসভাই অনুমোদন জনায়।