November 23, 2024 9:00 PM

views 15

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টি ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰিৰ উপ-নির্বাচনত বিজেপি সমর্থিত প্রার্থীয়ে জয়লাভ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মাই ২২ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দীপ্তিময়ী চৌধুৰীয়ে ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। চিদলী সমষ্টিত এন ডি এ মিত্রজোঁটৰ প্রার্থী ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰতকৈ অধিক ভোটত জয়ী হৈছে। একেদৰে বিহালী সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱালে ৯ হাজাৰতকৈ অধ...