March 26, 2025 12:30 PM March 26, 2025 12:30 PM
1
ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমত ২০১৮- ১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ১৯ বর্গ কিলোমিটাৰ এলেকাত বাঁহ ৰোপণ
দেশত বাঁহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমত ২০১৮- ১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ১৯ বর্গ কিলোমিটাৰ এলেকাত বাঁহ ৰোপণ কৰা হৈছে। কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে এই বিষয়ে উল্লেখ কৰি কয়, যে বিগত ছটা বছৰত অসমত অভিলেখ হাৰত বাঁহ ৰোপণ কৰা হৈছে। ২০২১ বৰ্ষত অসমত বাঁহ ৰোপণ কৰা এলেকা ১০ হাজাৰ ৬৫৯ বর্গ কিলোমিটাৰ আছিল যদিও ২০২৩ বৰ্ষত এই এলেকা ১১ হাজাৰ ২৪৬ বর্গ কিলোমিটাৰলৈ বৃদ্ধি হয়। এই পর্যন্ত ৰাজ্যখনত ১০ খন বাঁহৰ নাৰ্চাৰী স্থাপন কৰা হৈছে বুলি উ...