August 26, 2024 11:15 AM

views 26

ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠক সম্পন্ন

ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষা নন্দিতা গাৰ্লোচা আৰু দক্ষতা, নিয়োগ, উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসমৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক আৰু জিলা ক্রীড়া সন্থাসমূহৰ সভাপতি তথা সাধাৰণ সম্পাদকসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ ক্ৰীড়া খণ্ডক অধিক সুসংগঠিত আৰু সুব্যৱস্থাৰ মাজেৰে আগুৱাই নিয়াৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰ...