August 31, 2024 12:38 PM August 31, 2024 12:38 PM
8
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন
অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ কালি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় ৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক'ল টেক্সেছন এমেওমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন অৱ ছিলিং অন লেণ্ড হল্ডিংছ এমেণ্ডমেণ্ট বিল-২০২৪, দি আছাম এগ্রিকালছাৰেল লেণ্ড (ৰেগুলেচন অৱ ৰি ক্লাছিফিকেচন এণ্ড ট্রান্সফাৰ ফৰ নন-এগ্রিকালছাৰেল পাৰপাছ) এমেণ্ডমেণ্ট বিল-২০২৪ উত্থাপন কৰে। ১০ বছৰ ধৰি খেতি ন...