ডাউনলোড
মোবাইল এপ

android apple
signal

January 11, 2025 1:35 PM

অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বি টি চি বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি এই সন্দ...