August 29, 2024 9:22 PM

views 25

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুর্থ দিনা ১০খন বিধেয়ক গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে ২৫০ বছৰ পুৰণি ঐতিহাসিক স্থান আৰু সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধত মাটি বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্রযোজ্য হ'ব। অৱশ্যে গৃহীত হোৱা বিধেয়কৰ পৰা মাজুলী জিলা প্ৰত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিনটোত বিধানসভাত আজি ১০ খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত- দি আছাম টেনেন্সি এমেণ্ডমেণ্ট বিল ২০২৪, দি আছাম ৰিপিলিং বিল ২০২৪, দি আছাম ভেটেৰীনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্ছি...