July 23, 2025 1:29 PM July 23, 2025 1:29 PM

views 13

উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত বৈঠক

উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত সৰুপথাৰ আৱৰ্ত ভৱনত কালি অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটত চলিবলগীয়া উচ্ছেদ অভিযানত নাগালেণ্ডৰ নিউলেণ্ড আৰু উত্থা জিলা প্রশাসনে সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে। বৈঠকত নাগালেণ্ডৰ নিউলেণ্ড আৰু উত্থা জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চি আৰ পি এফৰ কামাণ্ডৰ আৰু সীমান্ত দণ্ডাধীশে অংশগ্ৰহণ কৰে। অসমৰ হৈ গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী...