July 29, 2025 10:46 AM
অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউল লাৱণ্যৰ -PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে
অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউলৰ উচ্চ উৎপাদনক্ষম এটা জাত লাৱণ্য, শেহতীয়াকৈ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষক অধিকাৰ প্ৰাধিকৰণ-PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে। অসম কৃষি বিশ্ব...