April 10, 2025 11:48 AM

views 13

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কু-প্ৰভাৱ পেলায়ঃ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কু-প্ৰভাৱ পেলায় বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই প্রকাশ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্রহণ কৰি ৰাজ্যপালগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে কৃষিৰ স্নাতকসকলে কৃষক, সমাজ আৰু জাতিৰ সেৱাৰ বাবে জ্ঞান আৰু দক্ষতাক ব্যৱহাৰ কৰি দলীয় মনোভাৱেৰে কাম কৰা উচিত। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে কৃষিখণ্ডৰ অৱদান গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে চৰকাৰে কৃষি খণ্ডৰ বিকাশ আৰু কৃষকসকলৰ সমৃদ্ধিৰ বিষয়ে সৰ্ব...