June 18, 2025 8:30 PM

views 22

অহা ৮ আগষ্টৰ পূৰ্বে মুখ্যমন্ত্রীক অসম চুক্তিৰ ৬ নম্বৰ দফাৰ চূড়ান্ত প্রতিবেদন দাখিল

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত উপ-সমিতিখনে চলিত বৰ্ষৰ ৮ আগষ্টৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক চূড়ান্ত প্রতিবেদন দাখিল কৰিব। আজি গুৱাহাটীৰ জনতা ভৱনত অসম চুক্তি ৰূপায়ণ উপ-সমিতিৰ ষষ্ঠ বৈঠকত এই কথা প্ৰকাশ কৰা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়াসকলৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে আগবঢ়োৱা ৩৯টা পৰামৰ্শৰ সৈতে জড়িত বিভিন্ন কাম-কাজ...