October 21, 2025 10:44 AM

views 48

হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোৱৰ্ধন আছৰানীৰ মুম্বাইত দেহাৱসান

হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোৱৰ্ধন আছৰানীৰ কালি মুম্বাইত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিনেতাগৰাকীয়ে কালি বিয়লি প্রায় ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শ্বোলে বোলছবিত জেইলাৰৰ চৰিত্ৰত কৰা অভিনয়েৰে জনপ্ৰিয় হৈ পৰা আছৰানীয়ে চুপকে চুপকে, ভুলভুলেইআ, ধামাল, বন্তি ঔৰ বাবলি, বন্তি ঔৰ বাবলি-টু আদিকে ধৰি বহুকেইখন জনপ্রিয় ছবিত অভিনয় কৰিছিল। পাঁচটা দশক ধৰি হিন্দী বোলছবিৰ অভিনয়ৰ সৈতে জড়িত আছৰানীয়ে বিশেষকৈ কৌতুক অভিনেতা হিচাপে দৰ্শকৰ মাজত জনপ্...