September 28, 2025 12:23 PM September 28, 2025 12:23 PM
12
উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি
উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ অহা ১ অক্টোবৰৰ পৰা আৰু ছমাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও কোনো কোনো অঞ্চলত উগ্ৰপন্থীয়ে কুটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা দুই ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত এই সন্দৰ্ভত এটা প্ৰস্তাৱ দিছিল। ইয়াৰ আগেয়ে গৃহ মন্ত্ৰালয়ে ৩০ ছেপ্তেম্বৰ পৰ্যন্ত এই জিলা তিনিখনক সশস্ত্র বাহিন...