February 1, 2025 7:09 PM February 1, 2025 7:09 PM
6
অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী উদযাপন
অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী উপলক্ষে আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ উদ্যোগত গ্ৰন্থৰ শোভাযাত্ৰা আয়োজন কৰা হয়। অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ প্ৰাক্তন সভাপতি শ্ৰীমন্ত মাধৱ বৰাই গ্ৰন্থাগাৰলৈ যাও ব'লক, পঢ়ি যোৱা-বাঢ়ি যোৱা আদি শ্লোগানেৰে উলিওৱা এই শোভাযাত্রা উদ্বোধন কৰে। শিৰত গ্ৰন্থৰ টোপোলা লৈ বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° হৰিচৰণ দাসে এই শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে। শোভাযাত্ৰাত বিলাসীপাৰা মহাবিদ্যালয়, শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন, ৰোকাখাটা উচ্চ...