March 28, 2025 1:43 PM

views 13

এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ ৰিতিকা হুদা

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতো পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ মুখামুখি হ'ব।