May 14, 2025 10:01 AM

views 10

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত পৰিছে। পুৰুষৰ ৯৬ কিলোগ্রাম শাখাত ভাৰতৰ দিলবাগ সিং নৱম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ পূৰ্বে ছেৰাম নিৰুপমা দেৱীয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২০৬ কেজি ভাৰত্তোলনেৰে সামান্য ব্যৱধানৰ বাবে পদকৰ পৰা বঞ্চিত হৈ চতুৰ্থ স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত ভাৰতৰ মাত্ৰ দুগৰাকী ভাৰত্তোলকেহে অংশগ্ৰহণ কৰিছিল। তাৰকা ভাৰোত্তোলক মিৰাবাই চানুৱে নতুন ওজন শাখাৰ সৈতে নিজকে খাপ খুওৱাৰ প্ৰস্তুতিৰ ব...