April 26, 2024 12:19 PM April 26, 2024 12:19 PM

views 14

২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছত একতা দে, ৰণবীৰ সিঙৰ স্বর্ণ পদক লাভ

ভাৰতীয় এথলীটসকলে ডুবাইত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছৰ কালি দ্বিতীয় দিনা পুৰুষ আৰু মহিলাৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেছ শিতানত আধিপত্য বিস্তাৰ কৰে আৰু স্বর্ণ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি কৰে। দেশৰ হৈ একতা দেই মহিলাৰ ৩ হাজাৰ মিটাৰ পিলচেছত ১০ মিনিট ৩১. ৯-২ ছেকেণ্ডেৰে সোণৰ পদক অর্জন কৰাৰ বিপৰীতে পুৰুষৰ শিতানত ৰণবীৰ সিঙে ৯ মিনিট ২২. ৬-২ ছেকেণ্ডেৰে সোণৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অনুৰাগ সিং কলেৰে পুৰুষৰ শ্ব'ট পুট শিতানত স্বর্ণ পদক লাভ কৰিছিল। ভাৰতীয় এথলীটসকলে কালি প্রতিযোগিতাত মুঠ ৭টা পদক লাভ কৰে। পুৱ...