November 26, 2025 12:16 PM November 26, 2025 12:16 PM

views 4

এছিয়া কাপ ২০২৬ৰ যোগ্যতা নির্ণয়কাৰী ফুটবল খেলত ভাৰত, ছাইনীজ টাইপেইৰ সন্মুখীন

এ এফ চি অনুর্ধ ১৭ বছৰ এছিয়ান কাপ ২০২৬ৰ যোগ্যতা নির্ণয়কাৰী এখন খেলত আজি ভাৰত ছাইনীজ টাইপেইৰ সন্মুখীন হ'ব। গ্ৰুপ-ডিৰ খেলখন সন্ধিয়া চাৰে ৭ বজাত আহমেদাবাদত খেলোৱা হ'ব। গুজৰাট ৰাজ্যিক ফুটবল সন্থাই অনুৰাগীসকলৰ বাবে খেলখনৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰি সকলোকে ভাৰতীয় দলটোক উৎসাহিত কৰিবলৈ ষ্টেডিয়ামলৈ আহিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, গ্রুপ-ডিৰ পইণ্ট তালিকা ভাৰত সম্প্ৰতি চতুৰ্থ আৰু ছাইনীজ টাইপেই পঞ্চম স্থানত আছে। প্ৰতিটো গ্ৰুপৰ বিজয়ীসকলেহে অহা বৰ্ষত ছৌদি আৰৱত অনুষ্ঠিত হ'বলগীয়া মূল প্রতিযোগিত...