September 25, 2024 6:33 PM

views 19

শক্তিৰ সূচকাংকৰ দিশত জাপানক অতিক্ৰম কৰি ভাৰতৰ ASIA POWER INDEX-ৰ তৃতীয় স্থান অধিকাৰ

ভাৰতে শক্তিৰ সূচকাংকৰ দিশৰ পৰা জাপানক অতিক্ৰম কৰি ASIA POWER INDEX-ৰ তৃতীয় স্থান অধিকাৰ কৰিছে। চলিত বৰ্ষৰ ASIA POWER INDEX-ৰ প্ৰতিবেদন অনুসৰি ক'ভিড অতিমাৰীৰ পৰৱৰ্তী সময়ছোৱাত শক্তিশালী অর্থনৈতিক বিকাশৰ জৰিয়তে দেশখনে ইয়াৰ অর্থনৈতিক সমর্থক ৪.২ পইণ্ট বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। একেদৰে ভৱিষ্যতৰ সম্পদ শিতানক ৮.২ পইণ্টৰ অগ্ৰগতিকে ধৰি প্ৰতিবেদনত বিবেচনাৰ অধীনলৈ অহা সম্পদসমূহৰ প্ৰতিটো শিতানতেই ভাৰতে অগ্রগতি প্ৰদৰ্শন কৰিছে। এনে বিকাশৰ ফলত যুৱ শক্তিৰ প্ৰাধান্য ঘটা ভাৰতৰ জনসংখ্যাই এছিয়াৰ আন দেশসমূহৰ তুলন...