October 28, 2025 8:39 PM

views 22

মোন্থাৰ সম্ভাব্য প্ৰভাৱৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ অশ্বিনী বৈষ্ণৱৰ

কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণবে মোন্থা নামৰ ঘূৰ্ণি বতাহজাকৰ সম্ভাব্য প্ৰভাৱলৈ চাই ৰে’ল বিষয়াসকলক বিশেষকৈ অন্ধ্রপ্রদেশৰ পূৱ উপকূলভাগ, ওড়িশা আৰু তেলেংগানাত প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। ভিডিতা' কনফাৰেন্সিং ব্যৱস্থাৰে আজি মোন্থা ঘূর্ণিবতাহৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগত প্ৰস্তুতিৰ সমীক্ষা কৰি মন্ত্ৰীগৰাকীয়ে বাধাহীন যোগাযোগ আৰু সময়মতে দুর্যোগ সহাৰি দলসমূহৰ নিয়োগৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। শ্রীবৈষ্ণবে সকলো ৰেল সংমণ্ডলক সতর্ক হৈ থাকিবলৈ আৰু ধমুহাৰ পাছত ৰেল সেৱা শীঘ্ৰে ব...