April 30, 2025 7:49 PM
শ্বিলঙৰ পৰা শিলচৰৰ পঞ্চগ্ৰামলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন
কেন্দ্ৰীয় চৰকাৰে ২২ হাজাৰ ৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাইলংখুঙৰ পৰা শিলচৰৰ ওচৰৰ পঞ্চগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধা...