January 22, 2025 3:17 PM

views 22

ডাভোছত চুইজাৰলেণ্ডৰ ৰে’লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ডাভোছত চুইজাৰলেণ্ডৰ ৰে'লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে সুৰক্ষা প্ৰযুক্তি আৰু তদাৰক পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

January 12, 2025 11:04 AM

views 21

২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ অশ্বিনী বৈষ্ণৱ

২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পুনেৰ গোখলে অর্থনৈতিক প্রতিষ্ঠানত আয়োজিত পুনে ৰাজহুৱা নীতি উৎসৱত ভাগ লৈ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীযে বিকশিত ভাৰতৰ চাৰিটা স্তম্ভৰ বিষয়ে আলোকপাত কৰাৰ লগতে দূৰ সংযোগ খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে। এই দুদিনীয়া উৎসৱত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগতে উদ্যোগী, ছাত্ৰ-ছাত্ৰী আৰু বি...

January 4, 2025 6:51 PM

views 21

শিশুসকলক পৰীক্ষাৰ হেঁচা নল’বলৈ, জীৱনক লৈ উৎসাহী হ’বলৈ আহ্বান কেন্দ্ৰীয়ট মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শিশুসকলক পৰীক্ষাৰ হেঁচা নল'বলৈ আৰু জীৱনক লৈ উৎসাহী হ'বলৈ আহ্বান জনাইছে। নতুন দিল্লী নগৰ পালিকা পৰিষদে আয়োজন কৰা EXAM WARRIORS আর্ট উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী বৈষ্ণৱে কয়, যে অভিনেতা আৰু খেলুৱৈ সকলে কামৰ প্ৰতি থকা নিষ্ঠা আৰু উৎসাহৰ বাবে ভাল প্রদর্শন আগবঢ়াবলৈ সমর্থ হয়। বিভিন্ন বিদ্যালয়ত প্ৰায় ৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই উৎসৱত ভাগ লয় । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ভিডিঅ' বার্তা যোগে কয়, যে শিশুসকলৰ মাজত সাধা...

December 22, 2024 10:59 AM

views 24

ভাৰতীয় ৰে’ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে’লসেৱা বঁটা প্ৰদান

কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভাৰতীয় ৰে'ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে'লসেৱা বঁটা প্ৰদান কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যোৱা ১০ বছৰত হোৱা ৰে'ল বিভাগৰ উন্নয়নৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলক সুৰক্ষা, গুণগত মান আৰু প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। যোৱা বছৰটোত দেশৰ ৰে'ল মানচিত্ৰত ৫,৩০০ কিলোমিটাৰ ৰে'লপথ সংযোজি...

December 4, 2024 8:39 PM

views 15

লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে ৰেলৱে বোৰ্ডক বিধিসম্মত ক্ষমতা প্ৰদানৰ লগতে বোৰ্ডক অধিক স্বতন্ত্ৰ কৰি তুলিব খোজা হৈছে। এই বিধেয়কখনে ১৯০৫ চনত ভাৰতীয় ৰেল বোর্ড আইনৰ ঠাই লব আৰু ৰেল বোৰ্ডৰ সৈতে জড়িত ব্যৱস্থাসমূহক ১৯৮৯ চনত ৰেল আইনত অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ফলত আইনী পৰিকাথামো সৰল হ'ব আৰু দুয়োখন আইনৰ প্ৰসংগ দশোৱাৰ আৱশ্যকতা কম হ'ব। বিধেয়কখন উত্থাপন কৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰেল খণ্ডৰ দক্ষতা বৃদ্ধিয়ে এই বিধেয়কখনৰ মূল ...

November 30, 2024 8:22 PM

views 21

চুৰাটৰ কিমত বুলেট ট্ৰেইন চলাচলৰ শ্লেব নিৰ্মাণৰ সুবিধাৰ লগতে আনুসংগিক আন দিশসমূহ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

গুজৰাটলৈ এদিনীয়া ভ্রমণসূচীৰে যোৱা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি চুৰাটৰ কিমত বুলেট ট্ৰেইন চলাচলৰ শ্লেব নিৰ্মাণৰ সুবিধাৰ লগতে আনুসংগিক আন দিশসমূহ পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী বৈষ্ণৱে কয়, যে অত্যাধুনিক প্রযুক্তিৰে এয়া হৈছে দেশৰ ভিতৰত সৰ্ববৃহৎ নিৰ্মাণৰ সুবিধা। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে অনাগত বৰ্ষসমূহত দেশৰ বিভিন্ন নিৰ্মাণৰ কামত এই সুবিধা বিশেষ হিচাপে পৰিগণিত হ'ব। তেওঁ লগতে বদোদৰা জিলাৰ লখোদা প্লাছাৰ ইণ্ডিয়া ফেক্টৰী পৰিদৰ্শন কৰে। এই কাৰখানাটো হৈছে ৰে'লৱে ট্র...

October 4, 2024 7:51 PM

views 19

ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ’ব : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ'ব বুলি নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে নাচিকত আয়োজিত ৰেল সুৰক্ষা বাহিনীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কুছকাৱাজ প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ মধ্যবিত্ত তথা দৰিদ্ৰসকলৰ বাবে ৰেল হৈছে যাতায়তৰ আহিলা। সেয়েহে চৰকাৰে গৱেষণা, নিৰাপত্তা তথা মানৱ সম্পদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে সংশ্লিষ্ট বিভাগত প্রয়োজনীয় বিনিয়োগ কৰিছে। কিছুসংখ্যক ৰাজনৈতিক দলে ৰেল বিভাগৰ ব্যক্...

September 6, 2024 7:21 PM

views 29

ভাৰত-জাপান ডিজিটেল সম্পর্ক অধিক শক্তিশালী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু জাপানৰ ডিজিটেল পৰিৱৰ্তন মন্ত্ৰী তাৰ’ কোনোৰ আলোচনা

তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি টকিঅ’ত জাপানৰ ডিজিটেল পৰিৱৰ্তন মন্ত্ৰী তাৰ’ কোনোৰ সৈতে বৈঠকত মিলিত হৈ ভাৰত-জাপান ডিজিটেল সম্পর্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই ডিজিটেল পটভূমিৰ লগতে প্ৰযুক্তিগত উন্নয়ন খণ্ডত উদ্ভাৱন আৰু সহযোগিতাৰ বিভিন্ন দিশ অন্বেষণ সন্দৰ্ভত বিষদভাবে আলোচনা কৰে। ইয়াৰ পূৰ্বে শ্ৰী বৈষ্ণৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা মাছাফুমি মৰিৰ সৈতে ভাৰত আৰু জাপানৰ মাজৰ কৌশলগত অংশিদাৰিত্বই ভৱিষ্যৎ গতিপথ সন্দৰ...

August 28, 2024 10:15 AM

views 29

ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ দেশৰূপে পৰিগণিত হ’ব : কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ দেশৰূপে পৰিগণিত হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফৰ ৱৰ্ল্ড আউটলুক প্ৰতিবেদনত সংকলিত বিকাশ হাৰৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কালি কয় যে ভাৰত ৭ শতাংশ বিকাশ হাৰেৰে ২০২৪ বৰ্ষত বিশ্বত সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস্থা হিচাপে পৰিগণিত হৈছে। চীন আনুমানিক ৫ শতাংশ বিকাশ হাৰেৰে দ্বিতীয় স্থানত আছে। প্রায় ২৮ লাখ ৮০ হাজাৰ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনেৰে বিশ্বৰ সবাতোকৈ বৃহৎ অৰ্থব্যৱস্থাৰে দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকাশ...