December 7, 2024 7:38 PM

views 25

অষ্টলক্ষ্মী মহোৎসৱত ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে কালি মুকলি কৰা ৩ দিনীয়া এই মহোৎসৱত ২৫০গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যানশস্যৰ উপৰি ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰ...

April 16, 2024 12:31 PM

views 58

চ’ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন

আজি অশোকাষ্টমী। চ'ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন কৰা হয়। আজিৰ দিনটোত ব্ৰহ্মপুত্ৰ, গংগা আৰু যমুনাৰ ত্রিবেণী সংগম হয়। যাৰ বাবে মৃতকৰ অস্থি প্ৰদান, পিণ্ডদান তথা বৰলুইতত স্নান কৰিলে মোক্ষ প্রাপ্তি হয় বুলি লোক পৰম্পৰা চলি আহিছে। এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুকুণ্ডত পিতৃ-মাতৃৰ পিণ্ডদান, অস্থি প্ৰদান আৰু স্নানৰ বাবে আজি অগণন লোকৰ সমাগম হয় । ইপিনে, কামৰূপ জিলাৰ বিভিন্ন নৈ-উপনৈৰ ঘাটতো হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। জিলাখনৰ শুৱালকুছিৰ বালিচৰ, আমিনগাঁও, উত্ত...