August 6, 2025 1:13 PM
ৰাজ্যৰ খৰাং পৰিস্থিতি জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ’বঃ জলসিঞ্চন মন্ত্রী অশোক সিংহল
ৰাজ্যৰ খৰাং পৰিস্থিতি জোৰা মৰাৰ বাবে অহা বছৰৰ ভিতৰত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি জলসিঞ্চন মন্ত্রী অশোক সিংহলে প্ৰকাশ কৰিছে। কালি যোৰহাট জিলাৰ বাহগুৰি-ছগুৰি এলেকাৰ জলসিঞ্চন ...