January 22, 2025 12:34 PM

views 13

বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ, এডভাণ্টেজ আছামলৈ ব্যৱসায়ীসকলক আমন্ত্ৰণ

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি বেংগালুৰুত এখন বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্রণ জনায়। এই সন্মিলনত মন্ত্রী সিংহলে ২০০তকৈও অধিক বিনিয়োগকাৰী, ব্যৱসায়িক নেতা, নীতি প্রণেতা আৰু ঔদ্যোগিক বিশেষজ্ঞৰ সৈতে ৰাজ্যখনৰ সাম্প্ৰতিক ব্যৱসায়ৰ অনুকূল পৰিৱেশ সম্পর্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে অসম দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ স্বৰূপ হোৱা হেতুকে বিনিয়োগৰ ...