January 4, 2026 9:02 PM January 4, 2026 9:02 PM

views 6

স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ধেমাজিৰ জোনাই সমষ্টিত ৩ খন নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৩ খন উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে

স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ধেমাজিৰ জোনাই সমষ্টিত ৩ খন নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৩ খন উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত তৃণমূল পৰ্যায়ত স্বাস্থ্য সেৱা উন্নত কৰি তোলাৰ লক্ষ্যৰে ২ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে এই প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰ কেইটাৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত জোনাইৰ নপাম কুলি, চমকং আৰু গালি স্বাস্থ্য কেন্দ্ৰৰ লগতে কাকবাৰী আৰু কদমতল উপস্বাস্থ্য কেন্দ্র আছে। ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীগৰাকী...