March 5, 2025 12:37 PM March 5, 2025 12:37 PM
3
বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে অশ্বিনী বৈষ্ণৱৰ বৈঠক
কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত স্বচ্ছ প্রযুক্তি, প্ৰতিৰক্ষা আৰু বৈদ্যুতিন বিষয়কে ধৰি অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। শ্ৰী বৈষ্ণৱে কয়, যে এই বৈঠকৰ সময়ছোৱাত তেওঁ গ্ৰামাঞ্চলত সৰ্বাংগীন উন্নয়নৰ বাবে Unified Payments Interface চমুকৈ UPI-ৰ পৰিৱৰ্তনশীল প্রভাৱ সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে বেলজিয়ামৰ ৰাজকুমাৰী এষ্ট্...