February 2, 2025 8:49 PM February 2, 2025 8:49 PM

views 6

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত শ্বুটাৰ অশ্বী চৌকচেয়ে মহিলাৰ ৫০ মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ

এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ অশ্বী চৌকচেয়ে আজি মহিলাৰ ৫০ মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত উত্তৰ প্ৰদেশৰ শ্বুটাৰগৰাকী সোণৰ পদক লাভ কৰাৰ দিশে আগবাঢ়িছে। ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০২৩ চনত হাংঝৌত হোৱা এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় শাখাত আৰু ৫০ মিটাৰ ৰাইফল থ্রী পজিছন শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। সদ্যহতে ২০২৫ চনৰ ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাৰ ছাৰ্ভিচছ স্পর্টছ কন্ট্রল ব'ৰ্ড পদক তালিকাৰ শীৰ্ষত আছে। কৰ্ণাটক দ্বিতীয় স্থান...