May 8, 2024 11:36 AM May 8, 2024 11:36 AM
24
এ এছ বি চি এছীয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ৪৩টা পদক অৰ্জন
কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২বছৰৰ অনুৰ্দ্ধ আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে ৪৩টাকৈ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লাভ কৰা ৪৩টা পদকৰ ভিতৰত ১২টা হৈছে সোণৰ পদক, বাকী ১৪টা ৰূপৰ আৰু ১৭টা ব্ৰঞ্জৰ পদক। ভাৰতীয় ২২ বছৰ অনুৰ্ধ দলটোৱে কালি ৭টা সোণৰ, ৫টা ৰূপৰ আৰু ৯টা ব্ৰঞ্জৰ পদকসহ ২১টা পদক লাভ কৰাৰ বিপৰীতে যুৱ শাখাই ৫টা সোণৰ, ৯টা ৰূপৰ, আৰু ৮টা ব্ৰঞ্জৰ পদকসহ ২২টা পদক লাভ কৰে। ৪৮টা পদক লাভ কৰা আয়োজক কাজাখস্তানৰ পিছতে ভাৰতে দ্বিতীয় সর্বাধিক পদক লাভ কৰি...