May 7, 2024 1:50 PM May 7, 2024 1:50 PM
15
এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলৰ ৪৩টাকৈ পদক লাভ
♦ কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ খনতকৈও অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনুৰ্ধত ২১টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখাত কালি ভাৰতীয় বক্সাৰসকলে ৫টা সোণৰ, ৯টা ৰূপৰ, আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ৪৮ কেজি ফাইনেলত ভাৰতৰ ব্ৰিজেশে তাজিকিস্তানৰ মুমিনোভ মুইনখোজ্জাৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰথমটো সো...