April 12, 2025 1:05 PM
11
আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি বিষয়ক যুটীয়া সমিতিৰ অষ্টম বৈঠকৰ সামৰণি
নতুন দিল্লীত আয়োজিত আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি বিষয়ক যুটীয়া সমিতিৰ অষ্টম বৈঠকৰ কালি সামৰণি পৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ৰাজেশ আগৰৱাল আৰু মালয়ছিয়াৰ বিনিয়োগ, বাণিজ্য তথা উদ্যোগ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ সঞ্চালক ড° সুগুমাৰী এছ শ্বনমুগামে ৫ দিনীয়া এই বৈঠকত সহ-অধ্যক্ষতা কৰে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সমিতিৰ প্ৰাথমিক উদ্দেশ্য হৈছে চুক্তিসমূহৰ আধুনিকীকৰণ কৰা যাতে বাণিজ্যৰ বাবে এইসমূহ অধিক অনুকূল আৰু ফলপ্ৰসূ হয়। বিবৃতিটোত লগতে কোৱা ...