July 23, 2025 1:24 PM

views 14

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত, সোণাৰি, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

উজনি অসম ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিন ডিব্ৰুগড়ত কটাই জিলাখনৰ পৰা বিভিন্ন চৰকাৰী কাম-কাজ সম্পাদন কৰিব। কালি জিলাখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত, সোণাৰি, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পি এম ঊষা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ বিশেষ গ্ৰাণ্টৰ অধীনত দুটা প্ৰস্তাৱিত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক আৱাসগৃহ আৰু ছাত্...