October 31, 2025 12:06 PM

views 53

আন্তঃৰাষ্ট্ৰীয় আৰ্য শীর্ষ সন্মিলন-২০২৫ত অংশগ্ৰহণ কৰিব প্রধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য শীর্ষ সন্মিলন-২০২৫ত অংশগ্ৰহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আৰ্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা জ্ঞানজ্যোতি মহোৎসৱৰ অংশহিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্রীমোদীয়ে এই সন্মিলনত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। সন্মিলনত দেশ-বিদেশৰ আৰ্য সমাজৰ গোটসমূহৰ প্ৰতিনিধিবর্গই ভাগ ল'ব। সন্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বৰ্ণিল ডেৰশ বছৰ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। এই প...