October 7, 2025 7:25 PM

views 44

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি

বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশেৰে লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ ২৫ হাজাৰ ৯৯১ টা স্থানত সমবেত হিতাধিকাৰীসকলক সম্বোধন কৰে। অৰুণোদয় আঁচনিৰ বাবে ৰাজ্য চৰকাৰে বছৰি প্ৰায় পাঁচ হাজাৰ কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩৮...

October 7, 2025 12:45 PM

views 45

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ

● বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ ২৫ হাজাৰৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্য...

September 14, 2024 8:17 PM

views 34

অহা ১৯ চেপ্তেম্বৰত অৰুণোদয় আঁচনিৰ অধীনত ১৭ লাখ হিতাধিকাৰীলৈ ৰেচন কাৰ্ড প্ৰদান

অসম চৰকাৰে অহা ১৯ চেপ্তেম্বৰত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰীক সামৰি ল'ব। তদুপৰি একেদিনাই ১৭ লাখ হিতাধিকাৰীলৈ নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি তৃতীয় পৰ্যায়ৰ অৰুণোদয় আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন সম্পৰ্কীয় এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ভার্চুৱেল মাধ্যমেৰে সাংসদ বিধায়ক আৰু জিলাসমূহৰ আয়ুক্তসকলক এই দুয়োটা পদক্ষেপ কাৰ্যকৰী কৰাৰ দিশত সহায়-সহয...