July 19, 2024 12:03 PM
আজিৰে পৰা অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। পেমাখান্দু নেতৃত্বাধীন ৰাজ্য চৰকাৰখন পুনৰ ক্ষমতালৈ ঘূৰি অহা পাছত এইখনেই হ'ব চৰকাৰৰ প্ৰথমখন বাজেট। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্...