December 14, 2025 11:39 AM

views 18

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত পথ দুর্ঘটনাত নিহত লোকসকলৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ কালি ৰাজ্য চৰকাৰে পৰিয়ালৰ লোকক অর্পণ কৰাৰ লগতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে। দুর্ঘটনাত মৃত্যু হোৱা ৬ গৰাকী লোকৰ মৃতদেহ পৰিয়ালৰ লোকক অর্পণ কৰি মন্ত্ৰী বিমল বৰাই শ্রদ্ধাঞ্জলি জ্ঞাপন করে। উল্লেখযোগ্য যে কালি দিনটোৰ উদ্ধাৰ অভিযানৰ অন্তত দুর্ঘটনাস্থলীৰ পৰা ১১ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই দুর্ঘটনাটোত আঘাতপ্রাপ্ত হোৱা শ্রমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ...