December 8, 2025 11:46 AM
15
অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প উদ্বোধন
অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই উপলক্ষে কালি পশ্চিম চিয়াং জিলাৰ আলোত ৪৪ নম্বৰ সীমান্ত পথ কার্যবাহিনীৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অৰুণাচল প্ৰদেশৰ আইন আৰু ন্যায় মন্ত্রী কেন্ট' জিনিয়ে এই প্রকল্পসমূহে ভাৰত-চীন সীমান্তৰ চি য়ুমি আৰু আপাৰ চিয়াং জিলাত নিয়োজিত সেনাবাহিনীক বিশেষভাবে সহায় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে সশস্ত্র বাহিনী আৰু স্থা...