December 27, 2024 7:16 PM

views 52

আই এফ চি এছ এ পিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এমহীয়াকৈ পালন

অৰুণাচল প্ৰদেশস্থিত ইন্দিজেনাচ ফেইথ এণ্ড কালচাৰেল চোছাইটি চমুকৈ আই এফ চি এছ এ পিয়ে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি এমহীয়াকৈ এই জয়ন্তী পালনৰ দিহা কৰিছে । জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল ওৰাম, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু গৃহ মন্ত্ৰী মামা নেটুঙে এই অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰে। আমাৰ পূৰ্বপুৰুষসকলৰ সন্মান, আমাৰ বিশ্বাসৰ উদযাপন আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণা বিষয়েৰে আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰাজ্যৰ পৰিচয় বহন কৰা পৰম্পৰা আৰু মূল্যবোধক সন্মান প্ৰদৰ্শন কৰি এখন মঞ্চ প্ৰদ...