December 13, 2025 9:26 PM

views 7

অৰুণাচলৰ আনজাও জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ আইনী প্ৰক্ৰিয়াৰে অসম চৰকাৰৰ বিষয়াক হস্তান্তৰ

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ আজি অৰুণাচল চৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰৰ বিষয়াসকলক হস্তান্তৰ কৰে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত সকলো আনুষ্ঠানিক প্রক্রিয়া সম্পূৰ্ণ কৰাৰ পাছত মৃতদেহসমূহ পৰিয়ালক চমজাই দিয়া হয়। মন্ত্ৰী বিমল বৰাৰ লগতে স্থানীয় লোকসকলে নিহত সকললৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আজি দিনটোৰ উদ্ধাৰ অভিযানৰ অন্তত দুৰ্ঘটনাস্থলীৰ পৰা ১১ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কাইলৈ হাইলঙত মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁলোকৰ...