June 3, 2024 11:22 AM

views 24

বিজেপিক পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে, NPEP ৫খন, NCP ৩খন, PPAয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই এই জয়ৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনা...