October 14, 2025 8:18 PM

views 26

নতুন দিল্লীত আইনী তথ্য আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি অর্জুনৰাম মেঘৱালৰ

কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুনৰাম মেঘৱালে আজি নতুন দিল্লীত গোচৰৰ স্থিতি আৰু প্ৰগতিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আইনী তথ্য ব্যৱস্থাপনা আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমেঘৱালে কয়, যে চৰকাৰী মোকদমা ব্যৱস্থাপনা অধিক স্বচ্ছ, দক্ষ আৰু উত্তৰদায়ী কৰি তোলাৰ উদ্দেশ্যে এই উদ্যম গ্রহণ কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীমেঘৱালে কয়, যে এই ডেছব'ৰ্ডৰ জৰিয়তে চৰকাৰে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু অন্য আদালতত পৰৱৰ্তী সাত দিনত শুনানী হ'বলগীয়া বিভিন্ন...

October 10, 2025 8:41 PM

views 31

ইণ্ডো-জার্মান যুৱ নেতা মঞ্চত অর্জুন ৰাম মেঘৱালৰ অংশগ্রহণ

কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত অনুষ্ঠিত ইণ্ডো-জার্মান যুৱ নেতা মঞ্চত অংশগ্রহণ কৰি ভাৰতক সুস্থিৰ গণতন্ত্ৰ হিচাপে গঢ়ি তোলা শেহতীয়া আইন সন্দর্ভত জনসাধাৰণক উদ্দেশ্যি ভাষণ প্রদান কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমেঘৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আদর্শ গণতন্ত্র, আইনী নিধি আৰু বিশ্ব পৰ্যায়ৰ সু-শাসনৰ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে এই মঞ্চৰ জৰিয়তে ভাৰত আৰু জার্মানীৰ যুৱ নেতাসকল, নীতিনির্ধাৰক আৰু শিক্ষাবিদসকলে ঐক্যবদ্ধ হৈ সহযোগিতা, ...

September 18, 2025 9:58 PM

views 34

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰকাশ কৰে। চোৰাং আৰু জাল বাণিজ্যৰ বিৰুদ্ধে আন্দোলনৰ একাদশ সংস্কৰণত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী মেঘৱালে কয়, যে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাই অংশীদাৰসকলক উল্লেখযোগ্য সকাহ দিব। গ্রয়িং ইলিচিট ট্রেড ঃ ডেষ্টাব্লিজিং ইকনমিক ৱেলফেয়াৰ শীৰ্ষক বিষয়বস্তুৰে ফিক্কিয়ে এই অনুষ্ঠানটো আয়োজন কৰিছিল। এই অনুষ্ঠানত ভাগ লৈ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব পি কে মালহোত্রাই কয়, য...

November 19, 2024 8:28 PM

views 42

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীত অৰ্জুন ৰাম মেঘৱালৰ অংশগ্ৰহণ

সংবিধান প্রদত্ত আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সজাগতা সৃষ্টি কৰাই বছৰজোৰা আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰিছে । আজি ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে নতুন প্ৰজন্মৰ অধিকাংশই আমাৰ সংবিধানৰ খচৰা কোনে প্ৰস্তুত কৰিছিল সেই বিষয়ে অজ্ঞ বুলি দুখ প্ৰকাশ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমাৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ মাজত যোগসূত্ৰ আছে বুলি ...

June 16, 2024 8:00 PM

views 32

কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীর্ষক সন্মিলন

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিব। এই তিনিওখন আইন কার্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেও সুবিচাৰ লাভ কৰিব। উল্লেখযোগ্য যে, অহা জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয়...

June 16, 2024 2:14 PM

views 37

নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন ফৌজদাৰী আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিবঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্রগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হৈ যায়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিব। এই তিনিওখন আইন কার্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেও সুবিচাৰ লাভ কৰিব। উল্লেখযোগ্য যে, অহা জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰ...

May 18, 2024 10:56 PM

views 46

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ অৰ্জুন ৰাম মেঘৱাল

♦ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেঁও এইদৰে কয়। তেওঁ লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে, এনে ধ...