April 13, 2025 11:46 AM

views 16

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱে আমেৰিকাৰ ফ্ল'ৰিডাত চলি থকা আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে যোৱা নিশা ৰোমাঞ্চকৰ ফাইনেলত চীনা টাইপেইৰ হুৱাং জাউ আৰু চেন চীহ লুনৰ যুটীটোক ১৫৩-১৫১ পইণ্টত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানক অলিম্পিকত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ভাৰতীয় দল প্ৰথমবাৰ এই প্ৰতিযোগিতাত জয়ী হৈছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অলপতে ২০২৮ চনত লছ এঞ্জেলছত হ'বলগীয...