May 26, 2024 1:14 PM May 26, 2024 1:14 PM
15
আৰ্চাৰী বিশ্বকাপ ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ভাৰতীয় মহিলাৰ দলটোৰ সোণৰ পদক অৰ্জন
কোৰিয়াৰ য়েচেওনত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ অদিতি স্বামী, জ্যোতি সুৰেখা ভেন্নাম আৰু পানীত কৌৰৰ দলটোৱে সোণৰ পদক লাভ কৰিছে। ভাৰতীয় মহিলাৰ দলটোৱে তুর্কীৰ হাজাল বুৰুণ, আইছে বেৰা চুজাৰ আৰু বেগম য়ুৱাক পৰাস্ত কৰি সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ধনুর্বিদৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ বিৰুদ্ধে ২৩৬-২৩৪ ফলাফলত জয়লাভ কৰি ছেমিফাইনেলত আমেৰিকাক ২৩৩-২২৯ ফলাফলত পৰাস্ত কৰিছিল। আনহাতে প্রতিযোগিতাত আজি তিনিবাৰৰ অলিম্পিয়ান দীপিকা কুমাৰীয়ে মহিলাৰ ব্যক্তিগত শাখাৰ ছেমি ফাই...