March 29, 2025 11:40 AM

views 9

নৱৰাত্ৰি উপলক্ষে আকাশবাণীৰ ইউটিউব চেনেল আৰাধনা বিশেষ কাৰ্যসূচী প্ৰচাৰ

আকাশবাণীৰ ইউটিউব চেনেল আৰাধনাই পৱিত্ৰ নৱৰাত্ৰি উপলক্ষে কেতবোৰ বিশেষ কাৰ্যসূচী প্ৰচাৰ কৰিব। কাইলৈৰ পৰা অহা ৬ এপ্ৰিললৈকে এই চেনেলটোৰ জৰিয়তে এই বিশেষ কাৰ্যসূচীৰ প্ৰচাৰৰ দিহা কৰা হৈছে। এই সময়ছোৱাত প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ অনুপ জলোটা, নৰীন্দ্ৰৰ চঞ্চল, হৰিওম শ্বৰণ আৰু অনুৰাধা পড়োৱালকে ধৰি জনপ্ৰিয় ভজন গায়কসকলৰ ভজন প্ৰচাৰ কৰা হ'ব। ইউটিউব চেনেলটোৰ বিষয়ে প্ৰকাশ কৰি প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিৱেদীয়ে কয়, যে ইয়াৰ জৰিয়তে নৱৰাত্ৰিৰ প্ৰতিটো দিনৰ মহত্ব সম্পর্কে এলানি বিশ...