August 3, 2024 2:04 PM August 3, 2024 2:04 PM
6
ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰে কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বৈঠক
কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই দেশৰ ৯খন প্ৰভাৱিত ৰাজ্যত ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, দেশত ডেংগীৰ ফলত হোৱা মৃত্যুৰ হাৰ ১৯৯৬ চনত ৩.৩ শতাংশৰ পৰা ২০২৩ চনত ০.১৭ শতাংশলৈ হ্ৰাস পাইছে৷ সচিবগৰাকীয়ে ৰাজ্য আৰু পৌৰসভাসমূহক ডেংগীৰ প্ৰাদুৰ্ভাৱ সময়মতে নিয়ন্ত্ৰণৰ বাবে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও তেওঁ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰভাৱিত এলেকা চিনাক্তকৰণ, চোৱাচিতা ...